পুৱাই ভূমিকম্পই জোকাৰি গ’ল ভাৰতৰ দক্ষিণ-পশ্চিম ৰিজ এলেকা। নেচনেল চেণ্টাৰ ফৰ ছিজম’লজিৰ তথ্য অনুসৰি ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য ৬.২।
ৰাষ্ট্ৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি দেওবাৰে পুৱা ৩.৩৯ বজাত অনুভূত হয় জোকাৰণি। ভূমিকম্প ১০ কিলোমিটাৰ তলত ভূমিকম্পৰ উৎপত্তিস্থল। এই ভূমিকম্পৰ ফলত বৃদ্ধি পাইছে আতংকৰ।